Class 10 Assamese Lesson 5 |দৃশ্যান্তৰ| Question Answer
পাঠভিত্তিক প্রশ্নোত্তৰ প্রশ্ন ১। চমু উত্তৰ দিয়া : (ক) কবিয়ে কিমান বছৰ পিছত মানুহজনক লগ পাইছিল? [HSLC.’16] উত্তৰ : পঁচিশ বছৰৰ পিছত। (খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল ? উত্তৰ : কুকুৰীকণা হোৱা কাৰণে জোনৰ পোহৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। (গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল ? উত্তৰ : আলি কেকুঁৰীটোৰ … Read more