Class 10 General Science Chapter 13 |প্রবাহৰ চুম্বকীয় ক্রিয়া l Magnetic Effects of Electric Current Question Answer
পাঠ অন্তর্ভুক্ত প্রশ্নোত্তৰ প্রশ্ন 1. দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয়? উত্তৰঃ কাৰণ, দিগদর্শন যন্ত্ৰৰ কাঁটাডাল আচলতে এডাল অতিকৈ সৰু আৰু পাতল দণ্ডচুম্বক। সেয়েহে দণ্ডচুম্বক এডালৰ ওচৰলৈ আনিলে দণ্ড চুম্বকৰ মেৰুটোৱে দিগদর্শন যন্ত্ৰৰ কাঁটাডালৰ মেৰু দুটাত পৰস্পৰ বিপৰীতমুখী বল প্রয়োগ কৰে। ইয়াৰ ফলত কাঁটাডাল বিক্ষেপিত হয় আৰু ই ঘূৰিবলৈ ধৰে। প্রশ্ন 2. … Read more