প্রশস্তি |Class 10 Assamese | Lesson 3
Class 10 assamese lesson 3 প্রশস্তি : পাঠভিত্তিক প্রশ্নোত্তৰ ভাৱ বিষয়ক : প্রশ্ন ১ : অতি চমু উত্তৰ দিয়া— (ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ? উত্তৰ : ‘বিহগী কবি’ বুলি । (খ) ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰ: ‘কেতেকী’, ‘দহিকতৰা’। (গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কৈছে? উত্তৰ : নৱ … Read more